K.N, Jnanapith HS, class viii, Social

K.N, Jnanapith HS, class viii, Social

Assessment

Quiz

Social Studies

8th Grade

Hard

Created by

Bhanita Deka

Used 1+ times

FREE Resource

Student preview

quiz-placeholder

8 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

বসতিৰ ঘাইকৈ কেই প্ৰকাৰৰ ?

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

কৃষি কি বৃত্তিৰ অন্তৰ্গত হ'য় -

প্ৰাথমিক

দ্বিতীয়

তৃতীয়

চতুর্থ

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

বৰ্তমান অসমৰ গাঁওৰ সংখ্যা-

২৫৫৯০

২৬৫৯০

২৭৫৯০

২৪৫৯০

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

কুঁহিয়াৰ কোন অঞ্চলৰ শস্য -

উচ্চভূমি

নিম্নভূমি

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

পৌৰ শব্দৰ অৰ্থ হ'ল-

বসতি

নগৰ

আধুনিক

গ্ৰাম্য

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

উচ্চভূমিত গঠিত এখন জিলা হ'ল-

বাক্সা

ধুবুৰী

কাৰ্বি আংলং

নলবাৰী

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

বেপাৰ বানিজ্য হ'ল-

গ্ৰাম্য বসতিৰ বৈশিষ্ট্য

নগৰীয়া বসতিৰ বৈশিষ্ট্য

পাহাৰীয়া বসতিৰ বৈশিষ্ট্য

সমতলীয়া বসতিৰ বৈশিষ্ট্য

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

গাৱঁৰ কৃষিক কেন্দ্র কৰি গঢ়ি উঠা বসতি হ'ল

ৰৈখিক

সিঁচৰিত

বৰ্গক্ষেত্ৰকাৰ

তৰাৰূপী