Search Header Logo

LTQ BIHU

Authored by Kamal Haloi

Other

7th - 10th Grade

Used 4+ times

LTQ BIHU
AI

AI Actions

Add similar questions

Adjust reading levels

Convert to real-world scenario

Translate activity

More...

    Content View

    Student View

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ঢোলৰ মাৰিডালৰ অন্য এটা নাম হ’ল -

মালিতা

মলিতা

মাহিতা

মহিতা

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

বৰদৈচিলা (বৰ-দৈ-চিখলা)ৰ সম্পূৰ্ণ প্ৰকৃত অৰ্থটো হৈছে ----

বতাহ-পানী-ছোৱালী

দৰা-দধি-কইনা

ধুমুহা-গাজনি-বৰষুণ

বতাহ-ঢেৰেকনি-বৰষুণ

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

বিহুত ব্যৱহৃত ম'হৰ শিঙৰ পেঁপা দুবিধ। তাৰে এবিধৰ নাম যুৰীয়া পেঁপা। আন বিধৰ নাম কি ?

গুটীয়া পেঁপা

গোৱাল পেঁপা

গুটীয়া আৰু গোৱাল পেঁপা দুয়োটা

এটাও নহয়

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ঢোলৰ হাতেৰে থাপৰ মৰা ফালটোক ‘তালি’ বোলে। মাৰিৰে কোবোৱা ফালটোক কি বোলে ?

থাপৰ

কোবনী

ঘহনী

গুমনী

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

বিহুত নাচনীয়ে ওঠযুৰি ৰঙা কৰিবলৈ ব্যৱহাৰ কৰা এবিধ উদ্ভিদ হ’ল -

তামোল-পান

পুৰৈ বা পুই

কোৱাভাতুৰি

বৰহমথুৰি

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

বিহুত নাচনীয়ে বজোৱা গগনাক লাহৰী বা ৰূপহী গগনা বোলে। ডেকাসকলে বজোৱা গগনা বিধৰ নাম হ’ল -

ৰামমোহন গগনা

ৰামধন গগনা

বাপধন গগনা

সোণধন গগনা

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

পেঁপাৰ যি অংশ মুখত লগাই লৈ বজোৱা হয় সেই অংশৰ নাম হ’ল -

চুপহি

নলীচা

ফুৱনী

গুংগাং

Access all questions and much more by creating a free account

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

Already have an account?